ইংৰাজী ভাষা তথ্য সংগ্ৰহ নিৰ্বাচিত গ্ৰন্থপঞ্জী বহিঃসংযোগ সা-সঁজুলিenengEnglish as a World LanguageA History of the English LanguageThe Mother Tongue: English & how it Got that WayThe English LanguageThe Cambridge Encyclopedia of the English LanguageThe English Language TodayThe Alchemy of English: The Spread, Functions and Models. of. Non-native EnglishesThe Oxford Companion to the English Languageইংৰাজী ভাষাৰ ওপৰত এথনোলগ ৰিপৰ্টযোগদান কৰিব পাৰেইয়াত ক্লিক কৰকসস
আইচলেণ্ডীয় ভাষাআফ্ৰিকান্স ভাষাইংৰাজী ভাষাওলন্দাজ ভাষাচেয়েডীয় ভাষাজাৰ্মান ভাষাডেনীয় ভাষানৰৱেজীয় ভাষাস্কট্চ্ ভাষা
পোখালিআমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাষাকানাডাৰ ভাষাভাৰতৰ ভাষাভাষা
ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰউইলিয়াম শ্বেক্সপিয়েৰইংৰাজী সাহিত্যএথ্নোলগম্যাণ্ডাৰিনহিন্দীস্পেনিছ ভাষাৰইংলেণ্ডআমেৰিকা যুক্তৰাষ্ট্ৰৰইন্টাৰনেটদ্বিতীয় ভাষা
(function()var node=document.getElementById("mw-dismissablenotice-anonplace");if(node)node.outerHTML="u003Cdiv class="mw-dismissable-notice"u003Eu003Cdiv class="mw-dismissable-notice-close"u003E[u003Ca tabindex="0" role="button"u003Eবাতিলu003C/au003E]u003C/divu003Eu003Cdiv class="mw-dismissable-notice-body"u003Eu003Cdiv id="localNotice" lang="as" dir="ltr"u003Eu003Ctable class="metadata plainlinks ambox ambox-notice" style=""u003Enu003Ctbodyu003Eu003Ctru003Eu003Ctd class="mbox-image"u003Eu003Cdiv style="width: 52px;"u003Eu003Cimg alt="" src="//upload.wikimedia.org/wikipedia/commons/c/c8/Ambox_notice.png" decoding="async" width="40" height="40" data-file-width="40" data-file-height="40" /u003Eu003C/divu003Eu003C/tdu003Eu003Ctd class="mbox-text" style="color: purple; font-style: italic;"u003Eu003Cspan class="mbox-text-span"u003Eu003Ccenteru003Eঅহা ১১ আৰু ১২ মে' তাৰিখে গুৱাহাটীত প্ৰথম অসমীয়া ৱিকিউৎস কৰ্মশালা অনুষ্ঠিত হ'ব। সবিশেষ জানিবলৈ আৰু অংশগ্ৰহণ কৰিবলৈ u003Cbu003Eu003Ca href="https://meta.wikimedia.org/wiki/Assamese_Wikisource_Workshop,_Guwahati" class="extiw" title="meta:Assamese Wikisource Workshop, Guwahati"u003Eএই পৃষ্ঠাu003C/au003Eu003C/bu003E চাওক।u003C/centeru003Eu003Cspan class="hide-when-compact"u003E u003C/spanu003Eu003Cspan class="hide-when-compact"u003E u003C/spanu003Eu003C/spanu003Eu003C/tdu003Eu003C/tru003Eu003C/tbodyu003Eu003C/tableu003Eu003C/divu003Eu003C/divu003Eu003C/divu003E";());
ইংৰাজী ভাষা
Jump to navigation
Jump to search
ইংৰাজী | |
---|---|
English ইংলিছ | |
থলুৱা অঞ্চল | যুক্তৰাজ্য আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, আয়াৰলেণ্ড, কানাডা, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড আৰু অন্যান্য দেশত (আন্তৰ্জাতিক যানবাহনতো ব্যৱহৃত) |
স্থানীয় ভাষিক | মাতৃভাষী: ৩-৮,০০০,০০০ দ্বিতীয় ভাষা: ১৫০,০০০,০০০-১,০০০,০০০,০০০ |
ভাষা পৰিয়াল | ইণ্ডো-ইউৰোপীয়
|
লিখন প্ৰণালী | লেটিন বৰ্ণমালা |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা | আইনত, একমাত্ৰ: লাইবেৰিয়া, বহু কমনৱেলথ ৰাষ্ট্ৰ আইনত, কেৱল নহয়: কানাডা, হংকং, আয়াৰলেণ্ড, দক্ষিণ আফ্ৰিকা, ভাৰত, ফিলিপাইন, ছিংগাপুৰ, ইউৰোপিয়ান ইউনিয়ন কাৰ্যত, একমাত্ৰ: অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ কাৰ্যত, একমাত্ৰ নহয়: নিউজিলেণ্ড, যুক্তৰাজ্য |
ভাষা সংকেত | |
ISO 639-1 | en |
ISO 639-2 | eng |
ISO 639-3 | eng |
ইংৰাজী যিবোৰ দেশত বা অঙ্গৰাজ্যত ৰাষ্ট্ৰভাষা হিছাপে প্ৰচলিত সেইবোৰ গাঢ় নীলা ৰঙেৰে চিহ্নিত আনহাতে যিবোৰ দেশত বা অঙ্গৰাজ্যত ইংৰাজী ৰাষ্ট্ৰভাষা সত্ত্বেও প্ৰধানত কথিত ভাষা নহয়, সেইবোৰ পাতল নীলা ৰঙেৰে চিহ্নিত |
ইংৰাজী (English, ইংলিছ) ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ জাৰ্মানীয় শাখাৰ পশ্চিমীয়া দলৰ এটা ভাষা। জাৰ্মান গোত্ৰ অ্যাংগল্স, স্যাক্সন আৰু কিছু ভাষাৰ পৰা ইংৰাজী ভাষাৰ উৎপত্তি হৈছিল।
১৫০০ চনৰ ফালে বিৰাট স্বৰধ্বনি সৰণ (Great Vowel Shift) সংঘটিত হয় আৰু আধুনিক ইংৰাজীৰ উদ্ভৱ ঘটে। উইলিয়াম শ্বেক্সপিয়েৰৰ ৰচনাসহ আধুনিক ইংৰাজী সাহিত্যৰ প্ৰায়বোৰেই এই আধুনিক ইংৰাজী ভাষাত লিখা। এথ্নোলগ অনুসাৰে ইংৰাজী ভাষাৰ মাতৃভাষীৰ সংখ্যা প্ৰায় ৩৪ কোটি। মাতৃভাষীৰ সংখ্যা অনুযায়ী ইংৰাজীৰ স্থান ম্যাণ্ডাৰিন, হিন্দী আৰু স্পেনিছ ভাষাৰ পিছতেই। প্ৰথমে ইংলেণ্ড আৰু পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক, অৰ্থনৈতিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক প্ৰভাৱৰ কাৰণে বিশ্বৰ অন্য যিকোনো ভাষাতকৈ ইংৰাজীয়েই বেছি বিস্তাৰ লাভ কৰিছে। ইংৰাজী প্ৰায় ৫২খন দেশৰ জাতীয় বা চৰকাৰী ভাষা।
বিশ্বৰ ইন্টাৰনেট ব্যৱহাৰকাৰী জনসংখ্যাৰ ৩৫ শতাংশই ইংৰাজীভাষী। আধুনিক যোগাযোগ আৰু বিভিন্ন পেছাত ইংৰাজীৰ ব্যাপক ব্যৱহাৰৰ কাৰণে এইটো বৰ্তমানৰ বিশ্বৰ সবাতোকৈ বেছি অধীকৃত দ্বিতীয় ভাষা। সংস্কৃতি আৰু প্ৰযুক্তিৰ নতুন নতুন আন্তৰ্জাতিক পৰিভাষাৰ অধিকাংশই ইংৰাজী পৰা আহিছে।
তথ্য সংগ্ৰহ
গ্ৰন্থপঞ্জীত নিৰ্দেশিত গ্ৰন্থাৱলী
নিৰ্বাচিত গ্ৰন্থপঞ্জী
Bailey, Richard W.; Gorlach, Manfred, eds. (1984), English as a World Language, University of Michigan Press, http://books.google.com/books?id=nOxUAAAACAAJ
Baugh, Albert C.; Cable, Thomas (1993), A History of the English Language (4th সম্পাদনা), Prentice-Hall, and Routeledge and Kegan Paul, http://books.google.com/books?id=YYE8WxqJjPAC
Bryson, Bill (2001), The Mother Tongue: English & how it Got that Way, HarperCollins, http://books.google.com/books?id=h1Q3StqpwB4C
Burchfield, Robert (1986), The English Language, Oxford University Press, http://books.google.com/books?id=q6zqAAAACAAJ
Crystal, David (2003), The Cambridge Encyclopedia of the English Language (2nd সম্পাদনা), Cambridge University Press, http://books.google.com/books?id=Kh_RZhvHk0YC
Greenbaum, Sidney, ed. (1985), The English Language Today, Pergamon Press, http://books.google.com/books?id=RFbLAAAACAAJ
Hogg, Richard M., ed. (from 1992), The Cambridge History of the English Language, Cambridge University Press
Kachru, Braj Behari (1985), The Alchemy of English: The Spread, Functions and Models. of. Non-native Englishes, Pergamon Press, http://books.google.com/books?id=IgEEptNmwEwC
McArthur, Tom (1992), The Oxford Companion to the English Language, Oxford University Press, http://books.google.com/books?id=yIoYAAAAIAAJ
বহিঃসংযোগ
ৱিকিপিডিয়া, মুক্ত বিশ্বকোষখনৰ ইংৰাজী ভাষাৰ সংস্কৰণ |
ইংৰাজী ভাষাৰ ওপৰত এথনোলগ ৰিপৰ্ট ইংৰাজী
|
|
শ্ৰেণীসমূহ:
- পোখালি
- আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাষা
- কানাডাৰ ভাষা
- ভাৰতৰ ভাষা
- ভাষা
(window.RLQ=window.RLQ||[]).push(function()mw.config.set("wgPageParseReport":"limitreport":"cputime":"0.384","walltime":"0.483","ppvisitednodes":"value":12135,"limit":1000000,"ppgeneratednodes":"value":0,"limit":1500000,"postexpandincludesize":"value":161394,"limit":2097152,"templateargumentsize":"value":59376,"limit":2097152,"expansiondepth":"value":26,"limit":40,"expensivefunctioncount":"value":1,"limit":500,"unstrip-depth":"value":0,"limit":20,"unstrip-size":"value":28,"limit":5000000,"entityaccesscount":"value":0,"limit":400,"timingprofile":["100.00% 388.290 1 -total"," 55.22% 214.402 1 সাঁচ:Infobox_language"," 37.91% 147.209 1 সাঁচ:Infobox"," 21.83% 84.747 100 সাঁচ:Infobox/row"," 18.27% 70.947 9 সাঁচ:Citation"," 15.22% 59.108 9 সাঁচ:Citation/core"," 10.02% 38.918 2 সাঁচ:Main_other"," 9.53% 37.023 2 সাঁচ:Navbox"," 8.73% 33.883 1 সাঁচ:ভাৰতৰ_ভাষাসমূহ"," 7.24% 28.129 1 সাঁচ:En_icon"],"scribunto":"limitreport-timeusage":"value":"0.006","limit":"10.000","limitreport-memusage":"value":719743,"limit":52428800,"cachereport":"origin":"mw1302","timestamp":"20190417083556","ttl":2592000,"transientcontent":false););"@context":"https://schema.org","@type":"Article","name":"u0987u0982u09f0u09beu099cu09c0 u09adu09beu09b7u09be","url":"https://as.wikipedia.org/wiki/%E0%A6%87%E0%A6%82%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%80_%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE","sameAs":"http://www.wikidata.org/entity/Q1860","mainEntity":"http://www.wikidata.org/entity/Q1860","author":"@type":"Organization","name":"Contributors to Wikimedia projects","publisher":"@type":"Organization","name":"Wikimedia Foundation, Inc.","logo":"@type":"ImageObject","url":"https://www.wikimedia.org/static/images/wmf-hor-googpub.png","datePublished":"2011-12-09T20:23:41Z","dateModified":"2018-10-09T13:52:48Z","image":"https://upload.wikimedia.org/wikipedia/commons/e/e3/Anglospeak.svg","headline":"u099cu09beu09f0u09cdu09aeu09beu09a8u09c0u09afu09bc u09adu09beu09b7u09be"(window.RLQ=window.RLQ||[]).push(function()mw.config.set("wgBackendResponseTime":155,"wgHostname":"mw1239"););